AwardsProf. Taburam Taid Memorial Literary Awards 2026
The Presentation Ceremony of the Prof. Taburam Taid Memorial Literary Awards, 2026
The Presentation Ceremony of the Prof. Taburam Taid Memorial Literary Awards, 2026 was successfully organised by the Taburam Taid Memorial Trust on 1 August 2026 at KBR Hall, Cotton University, Panbazar, Guwahati, Assam.
The ceremony commemorated the 84th Birth Anniversary of the late Prof. Taburam Taid, an eminent educationist, distinguished administrator, renowned linguist, and a pioneering champion of the Mising language and culture.
During the ceremony, the Prof. Taburam Taid Memorial Literary Awards, 2026 were presented to distinguished writers, authors, and translators in recognition of their outstanding contributions to literature, language, tribal culture, and translation.
The event brought together literary personalities, scholars, members of the academic community, invited guests, and admirers of Prof. Taburam Taid to celebrate his enduring legacy and to honour excellence in literature and cultural preservation.
The Trust expresses its sincere gratitude to all award recipients, guests, dignitaries, supporters, volunteers, and attendees whose presence contributed to the success of the programme.
অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা-২০২৬
মনোনীত প্ৰাপকসকল
১. অধ্যাপক টাবুৰাম টাইদ সাহিত্য বঁটা-২০২৬
খাচী আৰু ইংৰাজী ভাষাৰ লেখক, কবি-উপন্যাসিক, শ্বিলংস্থিত উত্তৰ-পূৰ্ব্ব পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU)ৰ অধ্যাপক Kynpham Sing Nongkynrihদেৱলৈ তেখেতৰ Funeral Nights নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
- Recipient: Prof. Kynpham Sing Nongkynrih
- Affiliation: North-Eastern Hill University (NEHU)
- Recognized Work: Funeral Nights
২. উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমগ্ৰ সাহিত্য বঁটা-২০২৬
প্ৰথিতযশা সাহিত্যিক, সাহিত্য অকাডেমী বঁটাপ্ৰাপক শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰীলৈ তেখেতৰ মেৰেং নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
- Recipient: শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী
- Recognized Work: মেৰেং
৩. অধ্যাপক টাবুৰাম টাইদ মিচিং সাহিত্য বঁটা-২০২৬
মিচিং ভাষাৰ একনিষ্ঠ সেৱক, বিশিষ্ট লেখক, মিচিং আগম কেবাঙৰ বহুকেইটা পদবীত নিষ্ঠাৰে দায়িত্বভাৰ পালন কৰোঁতা, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ মিগাং কালিনাথ পাংগিংদেৱলৈ তেখেতৰ মিচিং ভাষালৈ আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
- Recipient: মিগাং কালিনাথ পাংগিং
- Recognition: মিচিং ভাষালৈ আগবঢ়োৱা বিশিষ্ট বৰঙণি
৪. অধ্যাপক টাবুৰাম টাইদ মিচিং অনুবাদ সাহিত্য বঁটা-২০২৬
গৌৰৱময় অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন অধ্যক্ষ, মিচিং ভাষাৰ বিশিষ্ট লেখক তথা বহুতো সাংস্কৃতিক কৰ্মৰাজিৰে মিচিং সংস্কৃতিলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা মিগাং ইন্দ্ৰেশ্বৰ পেগুদেৱলৈ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ গীতাঞ্জলী কাব্যগ্ৰন্থখনি মিচিং ভাষালৈ অনুবাদ কৰাৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।
- Recipient: মিগাং ইন্দ্ৰেশ্বৰ পেগু
- Recognized Work: গীতাঞ্জলী (Mising Translation)
Event Details Summary
| Detail | Information |
|---|---|
| Event Title (English) | Prof. Taburam Taid Memorial Literary Awards 2026 |
| Event Title (Assamese) | অধ্যাপক টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা-২০২৬ |
| Venue | KBR Hall, Cotton University, Panbazar, Guwahati, Assam |
| Date | 1 August 2026 (Saturday) |
| Time | 11:00 AM onwards |
| Status | Completed |
| Organizer | Taburam Taid Memorial Trust (Reg No. 2025/IGR015/4/1262) |
Trust Contact
Member Secretary
Taburam Taid Memorial Trust
O/o the Prof. Taburam Taid Memorial Library & Museum
Abutani Lotta, D.K. Road, Gogamukh, Dist. Dhemaji, Assam, PIN 787034
- Contact: 80997 62091
- Email: [email protected]
This page serves as the official archival record of the Prof. Taburam Taid Memorial Literary Awards, 2026.
